Class 1 Assamese Chapter 10 Question Answer

Class 1 Jhankar Chapter 10 Question Answer | Class 1 Assamese Chapter 10 Question Answer | Class 1 Assamese Chapter 10 solutions | Class 1 Assamese Chapter 10 |  class 1 jhankar textbook chapter 10 | Class 1 Jhankar Chapter 10 Lesson 1 | Class 1 Jhankar Chapter 10 Lesson 2 | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ১০ ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ দশম অধ্যায় “মেলা আৰু উৎসৱ” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | অধ্যায় ১০ মেলা আৰু উৎসৱ | পাঠ ১ ৰতনপুৰৰ মেলা | পাঠ ২ বিহু | Assamese Class 1 Chapter 10 explanation.

The Content of “Class 1 Assamese Chapter 10 Question Answer”

In this guide, we have provided the complete answers to the first lesson “ৰতনপুৰৰ মেলা” and the second lesson “বিহু” in the 10th chapter of the ঝংকাৰ book for Class 1. প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ দশম অধ্যায় “মেলা আৰু উৎসৱ” ৰ পাঠ ১ ‘ৰতনপুৰৰ মেলা’ আৰু পাঠ ২ ‘বিহু’ ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।

পাঠ-১ : ৰতনপুৰৰ মেলা

🗣️ কথা পাতোঁ আহা—

ক) মিনু আৰু কমল ক’লৈ গৈছিল?

উত্তৰ: মিনু আৰু কমল ৰতনপুৰত মেলা চাবলৈ গৈছিল।

খ) মেলাত সিহঁতে কি কি দেখিছিল?

উত্তৰ: মেলাত সিহঁতে চাৰিওফালে বেলুন, মিঠাই, খেলা বস্তুৰে ভৰি থকা দেখিছিল।

গ) সিহঁতে কি কি কিনিলে?

উত্তৰ: সিহঁতে বেলুন আৰু জিলাপি কিনিলে।

ঘ) দেউতাকে সিহঁতক মেলাত কি দেখুৱাইছিল?

উত্তৰ: দেউতাকে সিহঁতক মেলাত পুতলা নাচ দেখুৱাইছিল।

ঙ) তুমি কেতিয়াবা পুতলা নাচ দেখিছানে? মেলালৈ গ’লে তোমাৰ কি কি আনিবলৈ মন যায়?

উত্তৰ: নিজে চেষ্টা কৰিবা।

বিহু

▪️কওঁ আহা—

ক) অসমৰ জাতীয় উৎসৱ কি?

উত্তৰ: অসমৰ জাতীয় উৎসৱ বিহু।

খ) বিহু কেইটা আৰু কি কি?

উত্তৰ: বিহু তিনিটা – বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু।

গ) কোনটো বিহুত তুলসীৰ তলত চাকি দিয়ে?

উত্তৰ: কাতি বিহুত তুলসীৰ তলত চাকি দিয়ে।

ঘ) তোমালোকৰ ঘৰত উৎসৱ পাতিলে তুমি কি কৰা?

উত্তৰ: নিজে চেষ্টা কৰিবা।

ঙ) মাঘ বিহুক আৰু কি বিহু বোলে?

উত্তৰ: মাঘ বিহুক ভোগালী বিহু বোলে।

🗣️ তলৰ প্ৰশ্নবোৰৰ উত্তৰ কওঁ আহা—

ক) বান্দৰটোৱে কি কৈছে?

উত্তৰ: বান্দৰটোৱে “ওপৰৰ পৰা চাই ভাল লাগে” বুলি কৈছে।

খ) বেলুন কোনে লৈছে?

উত্তৰ: শিয়ালে বেলুন লৈছে।

গ) “বাঃ কিমান ওপৰলৈ যায়!” বুলি কোনে কৈছে?

উত্তৰ: “বাঃ কিমান ওপৰলৈ যায়!” বুলি ঘঁৰিয়ালে কৈছে।

পুনৰালোচনা

▪️ছবিৰ নামবোৰ আঁচ টানি মিলোৱা—

উত্তৰ: 

Class 1 Assamese Chapter 10

▪️খালী ঠাইত উপযুক্ত আখৰ লিখি শব্দ সাজোঁ আহা—

উত্তৰ:

Class 1 Assamese Chapter 10

Leave a Comment