Class 1 Assamese Chapter 1 | Class 1 Jhankar Chapter 1 Question Answer | Class 1 Assamese Chapter 1 Question Answer | Class 1 Assamese Chapter 1 solutions | class 1 jhankar textbook chapter 1 | Class 1 Assamese Chapter 1 answers | Class 1 Jhankar Chapter 1 Lesson 1 | Class 1 Jhankar Chapter 1 Lesson 2 | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ১ ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায় “আমাৰ পৰিয়াল” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | Assamese Class 1 Chapter 1 explanation.
আমাৰ খেল
পাঠ - ১ : উকুলি-মুকুলি
🗣️ গাওঁ আহা —
উকুলি মুকুলি কুকুলিকে খেলা
মন যদি ডাৱৰীয়া
মুকলিলে ব’লা
কুক-ভা খেলোঁ অ’।
ক্রিয়া-কলাপ —
🗣️ লগে-ভাগে গাওঁ আহা —
বগাকৈ বগলী বহলাই বহিছে
বলুকাত বিয়লি বেলা,
বকুল বাগৰিছে ববচা বনতে
বুটলি বিলাওঁগৈ ব’লা।
🗣️ তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ অহা —
উত্তৰ: বগলী বল বটল
প্ৰশ্ন: তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ অহা —
উত্তৰ: কল কলম কলহ
পাঠ-২ : বৰষুণত খেল
ক্রিয়া-কলাপ —
🗣️ কওঁ আহা—
ক) ৰাজাহঁতে কি খেলিবলৈ গৈছিল?
উত্তৰ: ৰাজাহঁতে বেট-বল খেলিবলৈ গৈছিল।
খ) কোনে বলটো জোৰেৰে মাৰি পঠিয়াইছিল?
উত্তৰ: থেংছিয়ে বলটো জোৰেৰে মাৰি পঠিয়াইছিল।
গ) ৰাজা আৰু কানায়ে কিয় হাঁহিছিল?
উত্তৰ: বৰষুণত ভৰি পিছলি ধুপুচকৈ পৰাত ৰাজা আৰু কানায়ে দয়ো দুয়োৰে ফালে চাই হাঁহিছিল।
ঘ) ৰাজাহঁতে চালিঘৰটোত কিয় খেলিবলৈ লৈছিল?
উত্তৰ: বৰষুণ দিয়াত ৰাজাহঁতে চালিঘৰটোত খেলিবলৈ লৈছিল।
ঙ) থেংছিহঁতে শেষত পথাৰত কি কৰিব, নিজে ভাবি কোৱা।
উত্তৰ: থেংছিহঁতে শেষত পথাৰত তিতিব আৰু খেলিব।
চ) বৰষুণৰ বতৰত তোমালোকে কি কি খেল খেলা?
উত্তৰ:
ছ) তোমাৰ এনেধৰণৰ হাঁহি উঠা বা ভাল লগা ঘটনা এটা কোৱা।
উত্তৰ:
✒️ কোনটো কাম প্রথমতে কৰিছে সেই ছবিখনত (✔) দিওঁ আহা —
🗣️ কওঁ আহা —
✒️ লিখোঁ আহা —
পুনৰালোচনা
✒️ ছবিৰ নামৰ প্ৰথম ধ্বনি মিলাই আঁচ টানি মিলোৱা —
✒️ প্ৰথম আখৰটো লিখা —
✒️ ছবিৰ নাম সম্পূৰ্ণ কৰা —
Summary of Class 1 Assamese Chapter 1 – আমাৰ পৰিয়াল
In this guide, we have provided the complete answers to the first lesson “উকুলি-মুকুলি” and the second lesson “বৰষুণত খেল” in the first chapter of the ঝংকাৰ book for Class 1. প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায় “আমাৰ পৰিয়াল” ৰ পাঠ ১ “উকুলি-মুকুলি” আৰু পাঠ ২ “বৰষুণত খেল” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।
FAQs – Class 1 Assamese Chapter 1
Q1. What is the name of Chapter 1 in Class 1 Assamese?
Ans: Chapter 1 is আমাৰ পৰিয়াল
Q2. Which board’s textbook is followed?
Ans: This is based on the SCERT Assam syllabus.
Q3. Are these question answers useful for exam preparation?
Ans: Yes, these are based on the textbook and perfect for class tests and exams.
Read Also:
- Class 1 Assamese Chapter 2 Question Answer
- Class 1 Assamese Chapter 3 Question Answer
- Class 1 Assamese Chapter 4 Question Answer
- Class 1 Assamese Chapter 5 Question Answer
- Class 1 Assamese Chapter 6 Question Answer
- Class 1 Assamese Chapter 7 Question Answer
- Class 1 Assamese Chapter 8 Question Answer
- Class 1 Assamese Chapter 9 Question Answer
- Class 1 Assamese Chapter 10 Question Answer
Conclusion
We hope these Class 1 Assamese Chapter 1 Question Answers help your child understand the chapter better. These answers are crafted in simple Assamese to support early learning. Visit Erudition Assam regularly for updated study materials, worksheets, and exam tips.