Class 1 Jhankar Chapter 8 Question Answer | Class 1 Assamese Chapter 8 Question Answer | Class 1 Assamese Chapter 8 solutions | Class 1 Assamese Chapter 8 | class 1 jhankar textbook chapter 8 | Class 1 Jhankar Chapter 8 Lesson 1 | Class 1 Jhankar Chapter 8 Lesson 2 | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ৮ ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৮ম অধ্যায় “বতৰৰ কথা” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | অধ্যায় ৮ বতৰৰ কথা | পাঠ ১ বতৰৰ কথা | পাঠ ২ বেলি আৰু বতাহ | Assamese Class 1 Chapter 8 explanation.
The Content of “Class 1 Assamese Chapter 8 Question Answer”
In this guide, we have provided the complete answers to the first lesson “বতৰৰ কথা” and the second lesson “বেলি আৰু বতাহ” in the 8th chapter of the ঝংকাৰ book for Class 1. প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৮ম অধ্যায় “বতৰৰ কথা” ৰ পাঠ ১ ‘বতৰৰ কথা’ আৰু পাঠ ২ ‘বেলি আৰু বতাহ’ ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।
বতৰৰ কথা
পাঠ-১ : বতৰৰ কথা
▪️ বাওঁফালৰ লগত সোঁফালৰ পৰা শব্দ লগ লগাই লিখোঁ আহা—
উত্তৰ: আমৰ বতৰৰ মাহ আহাৰ।
ধান পকা মাহ আঘোণ।
ফাগুন মাহত পছোৱা বতাহ।
শাওণ মাহত ভৰ বাৰিষা।
▪️ছবি চাই মাহবোৰৰ নাম লিখোঁ আহা—
উত্তৰ:
▪️খালী ঠাইত উপযুক্ত আখৰ লিখি শব্দ গঠন কৰোঁ আহা—
উত্তৰ:
🗣️ সাঁথৰ ভাঙো আহা—
টুপ্ টুপ্ টুপলি,
পানী পালে মুকলি।
উত্তৰ: খেৱালি জাল।
🗣️ ভাবোঁ আৰু কওঁ আহা—
পানী আৰু ক’ত ক’ত পোৱা যায় বাৰু?
উত্তৰ: পানী বৰষুণ, নৈ, জান-জুৰি, পুখুৰী আদিৰ পৰা পোৱা যায়।
পাঠ-২ : বেলি আৰু বতাহ
🗣️কথা পাতোঁ আহা—
ক) বেলি আৰু বতাহৰ কিয় মতভেদ হৈছিল?
উত্তৰ: বেলি আৰু বতাহৰ মাজত কোনে বেছি বলৱান তাক লৈ মতভেদ হৈছিল।
খ) অৱশেষত বেলি আৰু বতাহে কেনেকৈ বল জুখিবলৈ ঠিক কৰিলে?
উত্তৰ: অৱশেষত বেলি আৰু বতাহে বাটৰুৱা এজনৰ গাৰ চাদৰ গুচোৱাৰ প্রতিযোগিতা কৰি বল জুখিবলৈ ঠিক কৰিলে।
গ) বতাহ জোৰকৈ বলাত বাটৰুৱাজনে কি কৰিলে?
উত্তৰ: বতাহ জোৰকৈ বলাত বাটৰুৱাজনে এৰি চাদৰখন ভালদৰে গাত মেৰিয়াই ললে।
ঘ) বেলিৰ তাপ বঢ়াত বাটৰুৱাজনে কি কৰিলে?
উত্তৰ: বেলিৰ তাপ বঢ়াত বাটৰুৱাজনে গৰম সহিব নোৱাৰি গাৰ কাপোৰখন গুচাই দিলে।
ঙ) বেলি আৰু বতাহৰ মাজত কোন জিকিল?
উত্তৰ: বেলি আৰু বতাহৰ মাজত বেলি জিকিল।
চ) বাটৰুৱাৰ গাৰ কাপোৰ গুচোৱাৰ সলনি কি প্রতিযোগিতা কৰিলে বতাহ জিকিলহেঁতেন, কওঁ আহা।
উত্তৰ: বাটৰুৱাৰ গাৰ কাপোৰ গুচোৱাৰ সলনি গছৰ পাত সৰোৱাৰ প্ৰতিযোগিতা কৰিলে বতাহ জিকিলহেঁতেন।
ছ) আমি দিনটোৰ কোনখিনি সময়ত বেছি গৰম অনুভৱ কৰোঁ?
উত্তৰ: আমি দিনটোৰ দুপৰীয়া সময়ত বেছি গৰম অনুভৱ কৰোঁ।
▪️ছবিৰ নাম লিখোঁ আহা—
উত্তৰ:
▪️তলৰ আখৰ-জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়োঁ আৰু লিখোঁ আহা—
উত্তৰ: ঠগা, গাল, গুটি, গুৰ, বুঢ়া, বুৰ, লব, লৰ, লগ, ৰুটি, বগা, বল, বৰ, বৰল, ৰথ।
▪️সোঁফাল আৰু বাঁওফালৰ শব্দাংশবোৰ লগ লগাই শব্দ লিখোঁ আহা—
উত্তৰ:
▪️পঢ়ো আহা—
আঘোণ মাহ।
পথাৰত ধানবোৰ পকিছে।
দাৱনীয়ে ধান দাইছে।
সোণটিয়ে টোপোলাত
জলপান আনিছে।
🗣️কোৱা—
ক) ধানবোৰ ক’ত পকিছে?
উত্তৰ: পথাৰত।
খ) কোনে ধান দাইছে?
উত্তৰ: দাৱনীয়ে।
গ) সোণটিয়ে জলপান কিহত আনিছে?
উত্তৰ: টোপোলাত।
পুনৰালোচনা
▪️ছবিত দেখা বস্তুবোৰৰ নাম লিখা—
উত্তৰ: গছ, ছাতি, পখিলা, চাইকেল, ঠেলাগাড়ী, বাঘ, চিলা, চৰাই, গৰু, ছাগলী, কুকুৰ।