Class 1 Jhankar Chapter 9 Question Answer | Class 1 Assamese Chapter 9 Question Answer | Class 1 Assamese Chapter 9 solutions | Class 1 Assamese Chapter 9 | class 1 jhankar textbook chapter 9 | Class 1 Jhankar Chapter 9 Lesson 1 | Class 1 Jhankar Chapter 9 Lesson 2 | প্ৰথম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় ৯ ৰ প্ৰশ্নোত্তৰ | প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৯ম অধ্যায় “যাতায়ত আৰু যোগাযোগ” ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ | অধ্যায় ৯ যাতায়ত আৰু যোগাযোগ | পাঠ ১ ‘জোনলৈ যাওঁ ব’লা | পাঠ ২ নাৱেৰে যাত্ৰা | Assamese Class 1 Chapter 9 explanation.
The Content of “Class 1 Assamese Chapter 9 Question Answer”
In this guide, we have provided the complete answers to the first lesson “‘জোনলৈ যাওঁ ব’লা” and the second lesson “নাৱেৰে যাত্ৰা” in the 9th chapter of the ঝংকাৰ book for Class 1. প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ ৯ম অধ্যায় “যাতায়ত আৰু যোগাযোগ” ৰ পাঠ ১ ‘জোনলৈ যাওঁ ব’লা’ আৰু পাঠ ২ ‘নাৱেৰে যাত্ৰা’ ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ।
যাতায়ত আৰু যোগাযোগ
পাঠ-১ : জোনলৈ যাওঁ ব’লা
▪️ শব্দ সাজোঁ আহা—
উত্তৰ:
▪️ছবিৰ নাম লিখোঁ আহা—
উত্তৰ:
▪️পঢ়োঁ আহা—
বৰঝাৰত বিমানঘাটি আছে। বিমানেৰে কম সময়তে অহা-যোৱা কৰিব পাৰি। মাকৰ লগত বিমলা আৰু পুতুল আজি বৰঝাৰলৈ যাব।
▪️কওঁ আহা—
ক) বিমলা আৰু পুতুল মাকৰ লগত ক’লৈ যাব?
উত্তৰ: বিমলা আৰু পুতুল মাকৰ লগত বৰঝাৰলৈ যাব।
খ) বিমানঘাটি ক’ত আছে?
উত্তৰ: বিমানঘাটি বৰঝাৰত আছে।
গ) তুমি কেতিয়াবা উৰাজাহাজ দেখিছানে?
উত্তৰ: নিজে ক’ব চেষ্টা কৰিবা।
পাঠ-২ : নাৱেৰে যাত্ৰা
▪️ছবি চাই কওঁ আহা—
উত্তৰ:
▪️ খেলিমেলিকৈ থকা আখৰবোৰ সঠিকভাৱে সজাই ছবিবোৰৰ নাম লিখোঁ আহা—
উত্তৰ:
▪️ছবি চাই লিখোঁ আহা—
উত্তৰ:
▪️ বাওঁফালৰ আৰু সোঁফালৰ অংশ লগ লগাই শব্দ লিখোঁ আহা—
উত্তৰ:
▪️ছবি চাই এটা বাক্য লিখোঁ আহা—
উত্তৰ: ডেকা-গাভৰুবোৰে ঢোল বজাই আনন্দেৰে নাচি আছে।
পুনৰালোচনা
▪️ খালী ঠাইত উপযুক্ত আখৰ বহুৱাই শব্দ সাজা—
উত্তৰ:
▪️ছবিত দেখা বস্তুবোৰৰ নাম লিখা—
উত্তৰ:
▪️ পঢ়োঁ আহা—
শেৱালি মাকৰ সৈতে মোমায়েকৰ ঘৰলৈ যাব। ডালিমীয়ে তেওঁলোকক আগবঢ়াই দিলে। শেৱালিয়ে ডালিমীক হাত জোকাৰি বিদায় জনালে।
🗣️কওঁ আহা—
ক) কোন মোমায়েকৰ ঘৰলৈ গৈছে?
উত্তৰ: শেৱালি মোমায়েকৰ ঘৰলৈ গৈছে।
খ) শেৱালিহঁতক কোনে আগবঢ়াই দিলে?
উত্তৰ: শেৱালিহঁতক ডালিমীয়ে আগবঢ়াই দিলে।
গ) তুমি বাছত উঠি ক’লৈ গৈ পাইছা?
উত্তৰ: নিজে চেষ্টা কৰিবা।